NEW ADMISSION 2022-2023 Ssn Halakura 2/14/2022 10:00:00 AM ADMISSION FORM IS AVAILABLE NOW ✔ FOR THE SEASON 2022- 2023 ✔
YOGA Ssn Halakura 12/01/2021 03:30:00 PM CLASS IX and X Yoga class of IX and X By Acharya Krishna Kanta Roy At Sankardev Shishu Niketan, Halakura Read more
আমাৰ লক্ষ্য Ssn Halakura 11/28/2021 11:58:00 AM "আমাৰ লক্ষ্য" আমি এনেধৰণৰ জাতীয় শিক্ষা প্ৰণালীৰ বিকাশ সাধন কৰিব খোজো যাৰ দ্বাৰা আমাৰ মাজত এক শ্রেণী নতুন পুৰুষ গঢ় লৈ উঠিব, যিসকল হিন্দুত্ব নিষ্ঠা আৰু ৰাষ্ট্ৰভক্তিত ওতঃপ্রোতভাৱে জড়িত হয়, যিসকল শাৰীৰিক, প্ৰাণিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক দৃষ্টিত পূৰ্ণ বিকশিত হৈ বৰ্তমান জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সমৰ্থ হয় আৰু গাঁও, গিৰি, গুহাবাসী, দীনদুখী অভাৱগ্ৰস্ত বান্ধৱসকলক শোষণ আৰু অন্যায় তথা সামাজিক কু-ৰীতিবোৰৰ পৰা মুক্ত কৰি ৰাষ্ট্ৰ জীৱনৰ সমভাগী কৰি সু-সংস্কৃত কৰিবলৈ সমর্পিত হয়। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান। শংকৰদেৱ শিশু নিকেতন, হালাকুৰা, ধুবুৰী, অসম, ৭৮৩৩৩৫ Read more